Krishokor Aji Dam Nai ( কৃষকৰ আজি দাম নাই ) : Nekib || New Assamese Song 2020
Описание
Lyrics/Tune - Rekibul
Music - Dipkesh
__
LYRICS ✅
কৃষকৰ আজি দাম নাই
অ বন্ধু
কৃষকৰ আজি কাম নাই
মিছাতে কামীহাড় ওলাই
অ বন্ধু
মাটিতে ঘাম পেলাই
বণিয়াৰ হাততে খেতিপথাৰ
মোহাৰি দিলে আমাৰ অধিকাৰ
কাঢ়ি নিলে আমাৰ বজাৰ
হ'ল হ'ল জাগিবৰে হ'ল
দেশ নহলে বিক্ৰী হ'ল
ব'ল ব'ল আগুৱাই ব'ল
এন্ধাৰ নাশী পোহৰাও ব'ল
ৰজাৰ হাঁহি
প্ৰজাৰ হাঁহিত
কথাটি হ'ল ওলোটা
সাউদৰে সুখ
দুখীয়াৰে দুখ
পেট আমাৰ চেপেটা
নাঙল এৰি
চিপজৰী
কৰি ললোঁ আপোন
মাৰি দিলে
ভাঙি দিলে
দেশৰ সেউজ সপোন
#Nekib #NewAssameseSong
Комментарии